তলত দিয়া সমূহএনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়।

তলত দিয়া সমূহএনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়

ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

খ) জলসিঞ্চন ।

গ) খেতি চপোৱা ।

ঘ) বীজ সিঁচা/ ৰোৱা ।

ঙ) মাটি চহোৱা ।

চ) পথাৰত হাল বোৱা ।

ছ) সাৰ প্ৰয়োগ ।

উত্তৰ:-

ক) পথাৰত হাল বোৱা ।

খ) মাটি চহোৱা ।

গ) বীজ সিঁচা/ ৰোৱা ।

ঘ) সাৰ প্ৰয়োগ ।

ঙ) জলসিঞ্চন ।

চ) খেতি চপোৱা ।

ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

Post a Comment

Previous Post Next Post