তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।

তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।

ক) গুটি।

উত্তৰ:- বীজ ।

খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া।

উত্তৰ:- ৰাইজোবিয়াম ।

গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা।

উত্তৰ:- জলসিঞ্চন ।

ঘ) শীতকালত খেতি কৰা শস্য।

উত্তৰ:- ৰবি শস্য ।

ঙ) এবিধ ৰাসায়নিক সাৰ।

উত্তৰ:- ইউৰিয়া ।

চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম।

উত্তৰ:- মৰণা ।

Post a Comment

Previous Post Next Post