খালী ঠাই পূৰ কৰা - অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায়।

খালী ঠাই পূৰ কৰা

ক) অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায়।

উত্তৰ:- অণুবীক্ষণ যন্ত্ৰৰ ।

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ……………………. গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

উত্তৰ:- নাইট্ৰ’জেন ।

গ) ……………………. ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

উত্তৰ:- ইষ্ট ।

ঘ) ……………………… ৰ দ্বাৰা কলেৰা হয়।

উত্তৰ:- বেক্টেৰিয়া ।


Post a Comment

Previous Post Next Post