চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিকএচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

শুদ্ধউত্তৰত(✓   )  চিনদিয়া।

ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিকএচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

উত্তৰ:- সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

খ) ছডিয়ামবাইকাৰ্বনেট/ ষ্ট্ৰেপ‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক।

উত্তৰ:- ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।

গ) মাইকীএন‘ফিলিছমহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ‘ৱাৰ বাহক।

উত্তৰ:- মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।

ঘ) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক।

উত্তৰ:- মাখি ৰোগৰ বাহক ।

ঙ) তাপ/ গুড়িকৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডাও ফন্দি উঠে।

উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামকবোলা হয়।

উত্তৰ:- শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।


Post a Comment

Previous Post Next Post