‘ A ‘ অংশত থকা অনুজীৱ বোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।
উত্তৰ:-
| ‘ A ‘ অংশ | ‘B’ অংশ |
| i) বেক্টেৰিয়া | i) নাইট্ৰজেন যৌগিকৰণ । |
| ii) ৰাইজ’বিয়াম | ii) দৈ প্ৰস্তুত কৰাত । |
| iii) লেক্টবেছিলাছ | iii) পাউৰুটিৰ প্ৰস্তুত কৰণত । |
| iv) ইষ্ট | iv) মেলেৰিয়া ৰোগ সৃষ্টিত । |
| v) প্ৰট’জ’ৱা | v) কলেৰা ৰোগ সৃষ্টিত । |
| vi) ভাইৰাছ | vi) এণ্টিবডি প্ৰস্তুত কৰাত । |
উত্তৰ:-
| ‘ A ‘ অংশ | ‘B’ অংশ |
| i) বেক্টেৰিয়া | কলেৰা ৰোগ সৃষ্টিত । |
| ii) ৰাইজ’বিয়াম | নাইট্ৰজেন যৌগিকৰণ । |
| iii) লেক্টবেছিলাছ | দৈ প্ৰস্তুত কৰাত । |
| iv) ইষ্ট | পাউৰুটিৰ প্ৰস্তুত কৰণত । |
| v) প্ৰট’জ’ৱা | মেলেৰিয়া ৰোগ সৃষ্টিত । |
| vi) ভাইৰাছ | এণ্টিবডি প্ৰস্তুত কৰাত । |