অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?
উত্তৰ:- অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা নাযায় ।
সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচী কাঁচেৰে দেখা পোৱা যায় ।