অপতৃণ কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে ।
অপতৃণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি । অপতৃণনাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।