একেলেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।
উত্তৰ:- একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব । পোষক দ্ৰব্য বোৰে শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন । পোষক দ্ৰব্যৰ পৰিমাণ কমি গলে শস্যৰ বৃদ্ধি ভাল নহব ।