বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা।

বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়তেতিয়া কি হব ? আলোচনা কৰা

উত্তৰ:- ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ ।বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহব । কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় ।


Post a Comment

Previous Post Next Post