অৱতল দাপোণৰ সংজ্ঞা দিয়া

অৱতল দাপোণৰ সংজ্ঞা দিয়া

উত্তৰ : অৱতল দাপোণ : যি দাপোণত পোহৰৰ প্ৰতিফলন, ভিতৰৰ ফোঁপোলা পৃষ্টত ঘটে আৰু উখহা পৃষ্টটোত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট ভিতৰলৈ ভাঁজ খোৱা। তেনে দাপোণক অৱতল দাপোণ বুলি কোৱা হয়।

Post a Comment

Previous Post Next Post