উত্তল দাপোণৰ সংজ্ঞা দিয়া

উত্তল দাপোণৰ সংজ্ঞা দিয়া

উত্তৰ : উত্তল দাপোণ : যি দাপোণত পোহৰৰ প্ৰতিফলন, বাহিৰৰ উখহা পৃষ্টত ঘটে আৰু ভিতৰৰ ফোঁপোলা পৃষ্টত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট বাহিৰলৈ ভাঁজ খোৱা। তেনে দাপোণক উত্তল দাপোণ বুলি কোৱা হয়।

Post a Comment

Previous Post Next Post