বিবৰ্ধনৰ (Magnification) সংজ্ঞা দিয়া।

বিবৰ্ধনৰ (Magnification) সংজ্ঞা দিয়া।

উত্তৰ : গোলাকাৰ দাপোণে উত্পন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্ত্তৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায়। ইয়াক সাধাৰণতে m আখৰেৰে সূচোৱা হয়।

 যদি, লক্ষ্যবস্ত্তৰ উচ্চতা (h) আৰু  প্ৰতিবিম্বৰ উচ্চতা (hl)

তেন্তে গোলাকাৰ দাপোনে উত্পন্ন কৰা বিবৰ্ধণ(m) হ’ব-

    m= প্ৰতিবিম্বৰ উচ্চতা(hl)/লক্ষ্যবস্ত্তৰ উচ্চতা(h)

    m= hl/h

বিবৰ্ধক m ৰ, লক্ষ্যবস্ত্তৰ দূৰত্ব(u) আৰু প্ৰতিবিম্বৰ দূৰত্ব(v) ৰ লগতো সম্পৰ্ক আছে। ইয়াক এইদৰে প্ৰকাশ কৰা হয়-

m= hl/h

= v/u

Post a Comment

Previous Post Next Post