পোহৰৰ প্ৰতিসৰণ কাক বোলে আৰু ইয়াৰ নিয়ম দুটা লিখা।

পোহৰৰ প্ৰতিসৰণ কাক বোলে আৰু ইয়াৰ নিয়ম দুটা লিখা।

উত্তৰ : এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ ৰশ্মিয়ে ভাঁজ লোৱাকে পোহৰৰ প্ৰতিসৰণ বোলে।

পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা হ’ল-

(ক) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।

(খ) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোনৰ চাইন(sine) আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। যদি আপতন কোণ i আৰু প্ৰতিসৰণ কোণ r হ’য়,

sin i / sin r = ধ্ৰুৱক

এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসাৰণাংক বোলে।

Post a Comment

Previous Post Next Post