ৰাণাই গ্ৰীষ্মকালৰ বাবে ছাৰ্ট কিনিব খুজিছে তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হব ? কাৰণ দৰ্শাই ৰানা কউপদেশ দিয়া।
উত্তৰ:- ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট কিনাটো উচিত হব ।
কাৰণ কপাহী ছাৰ্ট গ্ৰীষ্ম কালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে । ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয় । গতিকে শৰীৰ শীতল থাকে । কিন্তু সাংশ্লেষিক পদাৰ্থৰ ছাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে । গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয় । গতিকে ৰানাক কপাহী ছাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত ।