তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক ” পুনৰাবৰ্তন কৰিব পৰা ” আৰু ” পুনৰাবৰ্তন কৰিব নোৱাৰা ” হিচাপে শ্ৰেণী ভূক্ত কৰা –

তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক ” পুনৰাবৰ্তন কৰিব পৰা ” আৰু ” পুনৰাবৰ্তন কৰিব নোৱাৰা ” হিচাপে শ্ৰেণী ভূক্ত কৰা –

ক) টেলিফোনৰ সা – সৰঞ্জাম ।

খ) প্লাষ্টিকৰ খেলনা ।

গ) কুকাৰৰ নাল ।

ঘ) কেৰি – বেগ ।

ঙ) বল – পইন্ট পেন ।

চ) প্লাষ্টিকৰ বাটি ।

ছ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।

জ) প্লাষ্টিক চকী ।

ঝ) বৈদ্যুতিক ছুইচ ।

উত্তৰ:- পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হল –

ক) প্লাষ্টিকৰ খেলনা ।

খ) কেৰি – বেগ ।

গ) প্লাষ্টিকৰ বাটি ।

ঘ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।

ঙ) প্লাষ্টিক চকী ।

পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হল –

ক) টেলিফোনৰ সা – সৰঞ্জাম ।

খ) কুকাৰৰ নাল ।

গ) বল – পইন্ট পেন ।

ঘ) বৈদ্যুতিক ছুইচ ।


Post a Comment

Previous Post Next Post