তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা।
ক) ছছপেনৰনাল।
উত্তৰ:- তাপদৃঢ় প্লাষ্টিক অতি টান । সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে । ই তাপৰ কুপৰিবহী বাবে হাতেৰে ধৰিব পাৰি । সেয়েহে তাপদৃঢ় প্লাষ্টিক ছছপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় ।
খ) বিদ্যুতৰপ্লাগ/ ছুইচ/ প্লাগব‘ৰ্ড।
উত্তৰ:- তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী । গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় । এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব’ৰ্ডত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় ।