প্ৰকৃতিগতভাৱে প্লাষ্টিক সমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া।

প্ৰকৃতিগতভাৱে প্লাষ্টিক সমূহ যে ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া

উত্তৰ:- প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী । কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি । মামৰ নধৰে আৰু খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে । মামৰে নধৰে বাবে ই ক্ষয় নাযায় । ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয় ।


Post a Comment

Previous Post Next Post