পানীত চাবােন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?
উত্তৰ: পানীত চাবােন দিলে মাইছেল সৃষ্টি হয়। চাবেনৰ অণুবােৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূর্ণ দুটা অংশৰে তৈয়াৰী, এটা জলাকর্ষী মূৰ যিয়ে পানীত দ্ৰৱণীয় আৰু আনটো জলবিকর্ষী যিয়ে হাইড্রকার্বনত দ্রবণীয়। জলপৃষ্ঠ থকা অৱস্থাত চাবােনৰ জলবিকর্ষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰটো পানীত মূৰ কৰি সজ্জিত হয়। চাবােন যিহেতু ইথানলত দ্রবীভূত হয় গতিকে ই তাত মাইছেল সৃষ্টি কৰিব নােৱাৰে।