ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য লিখা।

ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য লিখা।

উত্তৰ: ইথানল আৰু ইথানয়িক এছিডৰ মাজত পার্থক্য হৈছে— ইথানলে লিটমাছ দ্ৰৱৰ ওপৰত কোনাে ধৰণৰ প্ৰভাৱ নেপেলাই। আনহাতে, ইথানয়িক এছিড়ে লিটমাছ দ্ৰৱ ৰঙা কৰে।
ইথানল সুগন্ধযুক্ত। আনহাতে ইথানয়িক এছিডৰ ভিনেগাৰৰ দৰে গােন্ধ।

 

Post a Comment

Previous Post Next Post