সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা (H.S.L.C.-16)
উত্তৰ: একেটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধর্ম বিশিষ্ট জৈব যৌগবােৰৰ শ্ৰেণীক সমগণীয় শ্রেণী বুলি কোৱা হয়!
উদাহৰণ—এলকেন শ্রেণীৰ কেইটামান যৌগ, যেনে- মিথেন (CH4), ইথেন (C2H6), প্র’পেন (C3H8), বিউটেন (C4H10), পেন্টেন (C5H12), হেক্সেন (C6H14)