প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ। ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয় ?
উত্তৰ: কার্বন আৰু কার্বনৰ যৌগবােৰ দহন কৰিলে CO,আৰু যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়। তাপ উৎপন্ন হােৱা বাবে এইবােৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।