কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
উত্তৰ: চাবােনে কঠিন পানীত ফেনৰ সৃষ্টি কৰিব নােৱাৰে। কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱন থাকে। এই লৱণে কঠিন পানীত থকা কার্বক্সিলিক এছিড মুলকৰ লগত বিক্রিয়া কৰি অদ্রবণীয় বা অধঃক্ষেপ সৃষ্টি কৰে। ইয়াকে গেদ বােলে।