আপতন কোণতকৈ প্ৰতিসৰণ কোণ কেতিয়া ডাঙৰ হয় আৰু কেতিয়া সৰু হয় ?

আপতন কোণতকৈ প্ৰতিসৰণ কোণ কেতিয়া ডাঙৰ হয় আৰু কেতিয়া সৰু হয় ?

উত্তৰ : যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ যায়, তেতিয়া পাতল মাধ্যমত প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।

আনহাতে যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ মাজেৰে আহি ঘন মাধ্যমত প্ৰৱেশ কৰে তেনেহ’লে প্ৰতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ সৰু হয়।


Post a Comment

Previous Post Next Post