দাপোণৰ সমীকৰণটো লিখা।
উত্তৰ : দাপোণৰ সমীকৰণটো হ’ল-
1/v + 1/u = 1/f
ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= দাপোণৰ ফ’কাছ দূৰত্ব।
উত্তৰ : দাপোণৰ সমীকৰণটো হ’ল-
1/v + 1/u = 1/f
ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= দাপোণৰ ফ’কাছ দূৰত্ব।