লেনছৰ সমীকৰণটো লিখা।
উত্তৰ : লেনছৰ সমীকৰণটো হ’ল-
1/v – 1/u = 1/f
ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= লেনছৰ ফ’কাছ দূৰত্ব।
উত্তৰ : লেনছৰ সমীকৰণটো হ’ল-
1/v – 1/u = 1/f
ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= লেনছৰ ফ’কাছ দূৰত্ব।