তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা।
ওপঙি, পানী, শস্য, পোষকদ্ৰব্য, চোহোৱা
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ……………………. বুলি কোৱা হয় ।
উত্তৰ:- শস্য ।
(খ) শস্যসিঁচাৰআগতেমাটিডৰা …………………… হয়।
উত্তৰ:- চহোৱা ।
(গ) নষ্টহোৱাবীজবোৰপানীত …………………… থাকে।
উত্তৰ:- ওপঙি ।
(ঘ) শস্যৰবৃদ্ধিৰবাবেপ্ৰচুৰসূৰ্যৰপোহৰআৰুমাটিৰপৰা …………………….. আৰু ………………….. প্ৰয়োজনহয়।
উত্তৰ:- পোষক দ্ৰব্য আৰু পানী ।