‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা ।
উত্তৰ:-
ক ‘ স্তম্ভ | খ ‘ স্তম্ভ |
(ক) খাৰিফ শস্য | (ক) ঘেঁহু, বুট, মটৰ মাহ । |
(খ) ৰবি শস্য | (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
(গ) ৰাসায়নিক সাৰ | (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |
(ঘ) জৈৱিক সাৰ | (ঘ) ধান আৰু যৱ । |
উত্তৰ:-
ক ‘ স্তম্ভ | খ ‘ স্তম্ভ |
(ক) খাৰিফ শস্য | ধান আৰু যৱ । |
(খ) ৰবি শস্য | ঘেঁহু, বুট, মটৰ মাহ । |
(গ) ৰাসায়নিক সাৰ | ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
(ঘ) জৈৱিক সাৰ | প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |