ক্ষাৰকীয় দ্ৰবত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
উত্তৰঃ ক্ষাৰকীয় দ্ৰববােৰত OH– আয়নৰ উপৰিও H+ আয়ন থাকে যদিও এইবােৰ ক্ষাৰকীয় হয়। ইহঁতে H+ আয়নতকৈ OH– আয়ন বেছি পৰিমাণে এৰি দিয়ে।