মাটিত কি অৱস্থাত কৃষক এজনে পােৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চুণ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়ােগ কৰিব বুলি তােমালােকে ভাবা?
উত্তৰঃ চুণ বা শিথিলিত চুণ বা চক মাটিত ব্যৱহাৰ কৰিলে শস্যক্ষেত্ৰত বৃদ্ধি হােৱা এছিডৰ পৰিমাণ হ্রাস হয়।