ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্রিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।

ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্রিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ শুকান শিথিলিত চূণৰ ওপৰেদি ক্ল’ৰিণ গেছ যাবলৈ দি ব্রিচিং পাউডাৰ প্ৰস্তুত কৰা হয়।
Ca(OH)2+Cl2→ CaOCI2+H2
ব্লিচিং পাউডাৰৰ ব্যৱহাৰ হ’ল—
(ক) বস্ত্র শিল্প, কাগজ শিল্প আৰু বিভিন্ন উদ্যোগত ব্লিচিং পাউডাৰৰ বিৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয়।
(খ) খােৱাপানী বিশুদ্ধ কৰিবলৈ আৰু বীজাণুনাশক হিচাপে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।
(গ) কাপােৰ ধুবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।


Post a Comment

Previous Post Next Post