ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্রিয়াটোৰ সমীকৰণ দিয়া।

ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্রিয়াটোৰ সমীকৰণ দিয়া।

উত্তৰঃ ছ’ডিয়াম হাইড্রজেন কার্বনেট গৰম কৰিলে ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই অক্সাইড পােৱা যায়।
2NaHCO3 → Na2c03+H2O+CO2


Post a Comment

Previous Post Next Post