তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।
(i) 4Na ( s ) + 02, ( g ) → 2Na2 O ( s )
উত্তৰঃ এই বিক্ৰিয়াটোত Na জাৰিত হৈ Na2o উতপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
(ii) CuO ( s ) + H2 , ( g ) → Cu ( s ) + H2 , O ( l )
উত্তৰঃ H2 জাৰিত হৈ পানী উতপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উতপন্ন হৈছে।