তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO ( s ) + C ( s ) → 2Pb ( s ) + CO 2, (g )
( a ) লেড বিজাৰিত হৈছে ।
( b ) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।
( c ) কার্বন জাৰিত হৈছে ।
( d ) লেড অক্সাইড বিজাৰিত হৈছে ।
(i ) ( a ) আৰু ( b )
(ii) ( a ) আৰু ( c )
( iii ) ( a ) , ( b ) আৰু ( c
( iv ) সকলো
উত্তৰঃ ( a ) আৰু (b )