বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

তলত প্ৰতিবিধৰ উদাহৰণ দিয়া হ’ল-

সংযোজন বিক্ৰিয়া-

 2H2 (g) + O2 (g) → 2H2o (l)

2Mg (s) + O2 (g)→ 2Mgo (s)

Fe (g) + S (s) →FeS (s)

বিযোজন বিক্ৰিয়া-

2H2o(l) → 2H(s) + O2 (q)

CaCo3 (s)→Cao (s) + Co2 (g)


Post a Comment

Previous Post Next Post