অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবােৰৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ অপসাৰণ বিক্রিয়াত এটা অধিক সক্রিয় ধাতুৱৈ আন এটা কম সক্রিয় ধাতুক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে। আনহাতে দ্বিঅপসাৰিত বিক্রিয়াত দুটা যৌগই বিক্রিয়া কৰি দুটা বেলেগ বেলেগ যৌগ উৎপন্ন কৰে।
সমীকৰণ :
Fe(s)+CuSO4(aq) → Cu(s)+FeSO4 (aq)
দ্বিঅপসাৰণ বিক্রিয়া:
NaOH+HCl → NaCl+H2O