ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰ: ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোঁতে ইথানলত এটা অক্সিজেন যােগ হয়। সেইবাবে ইয়াক জাৰণ বিক্রিয়া বােলে।

 

Post a Comment

Previous Post Next Post