প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া? কাপােৰ ধােৱা ছডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্ব ব্যৱহাৰ লিখা।
উত্তৰঃ এছিড আৰু ক্ষাৰৰ মাজৰ বিক্রিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমণ বিক্রিয়া বােলে।
উদাহৰণ—
(a) HCl(aq)+NaOH(aq) → NaCl2(aq) + H20(l)
(b) 2NaOH(aq)+H2SO4(aq) → Na2SO4(aq)+ 2H2O(l)
Good have a niceday
ReplyDelete