প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সােমাব নােৱাৰা পাত্ৰত থব লাগে কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছত জলীয় বাষ্প সােমালে ই সহজে জিপছামলৈ পৰিৱৰ্তন হ’ব। ফলত ই কঠিন হৈ ব্যৱহাৰৰ অনুপযােগী হ’ব। সেয়েহে প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সােমাব নােৱাৰা পাত্ৰত থব লাগে।