এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উঃ এছিডবােৰে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্ৰ’জেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।