জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়?
উ : HCI, HNO3 আৰু H2SO4 ইত্যাদিয়ে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্রজেন আয়ন (H+) মুক্ত কৰে। সেইবাবে ইহতে আম্লিক ধর্ম দেখুৱায়।
আনহাতে, এলকহল আৰু গ্লুক’জ জলীয় দ্ৰৱত আয়নীত হৈ হাইড্রজেন আয়ন (H+) মুক্ত নকৰে।সেইবাবে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়।
Right answer
ReplyDeleteyes.
ReplyDelete