এটা ধাতৱ যৌগ লঘু হাইড্রক্লৰিক এছিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হলে বিক্রিয়াটোৰ বাবে সত্তলিত সমীকৰণটো লিখা।
উত্তৰঃ গেছটোৱে বুৰবুৰণিৰ সৃষ্টি কৰিছে আৰু ই আকৌ জুই নুমুৱাত সহায় কৰিছে সেয়েহে গেছটো CO2। গতিকে A যৌগটো হ’ব কেলছিয়াম কার্বনেট CaCO3।
বিক্রিয়াটোৰ বাবে সমতুল সমীকৰণটো হ’ল—
CaCO3+2HCl →CaCI2+C02+H2