সাংশ্লেষিক আঁহ বোৰক …………………… বা …………………… বুলিও কোৱা হয়।

উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

ক) সাংশ্লেষিক আঁহ বোৰক …………………… বা …………………… বুলিও কোৱা হয়।

উত্তৰ:- কৃত্ৰিম, মানৱ সৃষ্ট ।

খ) সাংশ্লেষিক আঁহ বোৰক …………………….. নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।

উত্তৰ:- পেট্ৰ’লিয়াম ।

গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ……………………….. ।

উত্তৰ:- কৃত্ৰিম উৎস ।


Post a Comment

Previous Post Next Post