নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া

নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া

উত্তৰ:- পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰচী বোৰ নাইলনৰ আঁহেৰে তৈয়াৰী । ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী ।

Post a Comment

Previous Post Next Post