খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় ?
উত্তৰ:- খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ –
ক) প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে ।
খ) প্লাষ্টিকত মামৰে নধৰে ।
গ) প্লাষ্টিকৰ পাত্ৰ বোৰ পাতল আৰু টান থাকে ।
ঘ) প্লাষ্টিকৰ পাত্ৰ বোৰ বেছি দিন টিকে ।