তােমাৰ হাতত A আৰু B দুটা দ্ৰৱ। A PH ৰ মান 6 আৰু দ্ৰৱ Bৰ PHৰ মান ৪ কোনটো দ্ৰৱত হাইড্রজেন (H3o+) আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উঃ দ্ৰৱ Aত হাইড্রজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ A আম্লিক আৰু দ্ৰৱ B ক্ষাৰকীয়। ইয়াৰ HO‾ আয়নৰ গাঢ়তা বেছি।

Post a Comment

Previous Post Next Post