ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্রক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱর্তিত হব?
উঃ ছ’ডিয়াম অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে OH ৰ গাঢ়তা বৃদ্ধি হয়।