মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল ?

মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল ?

উ :  মেণ্ডেলিভে নিম্নলিখিত দুটা গুণাগুণ ব্যৱহাৰ কৰিছিল:

1. উপাদানবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ ক্ৰম বৃদ্ধি ত সজ্জিত কৰা হয়

2. ৰাসায়নিক গুণাগুণৰ সাদৃশ্য (যাক তেওঁ উপাদানবোৰ সজোৱাৰ গুৰুত্বপূৰ্ণ কাৰক হিচাপে বাছনি কৰিছিল)। অৰ্থাৎ একে ধৰণৰ ৰাসায়নিক গুণাগুণ থকা উপাদানটো একে টা গোটত থাকিব লাগে।


Post a Comment

Previous Post Next Post