আমি কিহৰ ওপৰত ভিত্তি কৰি কোনাে এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

আমি কিহৰ ওপৰত ভিত্তি কৰি কোনাে এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

উঃ

(ক) কোনাে এটা বস্তু জীৱিত নে মৃত তাক জানিব পাৰি জীৱটোৱে লৰচৰ কৰিছেনে নাই তাৰ ওপৰত ভিত্তি কৰি। কাৰণ, চলন কৰাটো জীৱৰ এটা মুখ্য বৈশিষ্ট্য।

(খ) জীৱৰ খাদ্য জাৰণৰ বাবে অক্সিজেন আহৰণ।।

(গ) বৃদ্ধি আৰু বিকাশ, প্রজনন জীৱৰ বৈশিষ্ট্য।

(ঘ) ৰেচন ক্রিয়া সম্পন্ন কৰা নকৰা।

আমি কিহৰ ওপৰত ভিত্তি কৰি কোনাে এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

জীৱিত উপাদানবোৰৰ ভিতৰত আছে:

  1. উদ্ভিদ (যেনে গছ, ফাৰ্ণ, মছ)
  2. প্ৰাণী (যেনে স্তন্যপায়ী প্ৰাণী, চৰাই, পোক-পতংগ, সৰীসৃপ, উভচৰ প্ৰাণী)
  3. ভেঁকুৰ
  4. বেক্টেৰিয়া

জীৱিত নোহোৱা বস্তুবোৰৰ ভিতৰত আছে:

  1. শিল
  2. পানী আৰু বৰষুণ
  3. সূৰ্যৰ পোহৰ
  4. বায়ু


Post a Comment

Previous Post Next Post