মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

উঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা হৈছে-

(ক) তেজ : তেজ হল পৰিবহণ তন্ত্ৰৰ তৰল মাধ্যম। ই দেহৰ নানাবিধ দ্রব্য যেনে— খাদ্য, ৰেচন দ্ৰৱ, শ্বসন গেছ, হ’বমন, এনজাইম আদি এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিয়ে

ৰক্ত নলীকাঃ ৰক্ত নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্রবাহিত হয়। ৰক্ত নলীকাবােৰ দুটা ভাগত বিভক্ত। যেনে— ধমনী আৰু সিৰা। ধমনীবােৰে হৃদযন্ত্রৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়ায়। আনহাতে সিৰাবােৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে।

(গ) হৃদপিণ্ড : হৃদপিণ্ডই পাম্পৰ দৰে কাম কৰে। হৃপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত দেহত তেজ অনবৰতে চলাচল হৈ থাকে।

মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?



Post a Comment

Previous Post Next Post