ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু– (H.S.L.C −17)

ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু– (H.S.L.C −17)

(i) সাধাৰণ উষ্ণতাত জুলীয়া।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী।

উ: (i) পাৰা (Hg) (ii) ছডিয়াম (Na) (iii) কপাৰ (Cu) (iv) লেড (Pb)।

Post a Comment

Previous Post Next Post